মাদল কেৱল উছৱৰ নাম? তাত বাজে হেৰোৱা ছন্দ? নিজক পাহৰাৰ বিফল আৰাৱ? অৰণ্য ভেদি মাদলৰ চেও মাদল এক যাতনাৰ নাম মাদল শোষণৰ প্ৰতিকাৰ বঞ্চনা প্ৰতিহত অংগীকাৰ মাদল এক ৰণবাদ্য (২০০৩)