আৰু আছে দেশমাতৃৰ জীয়াৰী-বোৱাৰী ৰঙাই ভদাই সেউতী নুমলী গাঁৱে গাঁৱে গাঁৱে ঠাহ্ খাই থকা কনক মূলা হেজাৰ হুজুৰী হেজাৰ খৰ্গেশ্বৰ সিহঁতে নিজেই জাগি তেজ দি হলেও ৰাখিব জীয়াই সোণৰ অসম শত্ৰুক কৰিব ক্ষয়। +
13