নগৰৰ দুহাতত
নগৰৰ এখন হাতত স্বাগতম অথবা আদৰণি আন এখনত ধন্যবাদ আতিথ্যৰ কণ্ঠেৰে নগৰে নকয় ইয়াতেই থাক আত্মজৰো গড়গঞা মিতিৰৰ ভাও .............. আতৌ-পুতৌ সপোন সামৰি ঘূৰি যাওঁ আকৌ আহোঁ-আকৌ ..............