⸻●⸻
Then, I’ilgrim. turn, thy cares forego, All earth born cares are wrong; Man wants but little here below Nor wants that little long.” GOLDSMITH.
“বনবাসী হেৰা যোগি! চোঁৱা মোৰ ফালে, “অকলসৰীয়া মই, দিয়াঁ দেখুৱাই “বাট-পথ, জ্বলে য’ত সেই জুইকুৰা "কই দিয়াঁ মোক, যোগি! তাত কেনি যায়?