পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী, কবিতাৰ জোল। খাবানে এটুপি, দিমু কবিতাৰ জোল, চেপি-থুন্দি যতনেৰে উলিয়াই থোৱা? শীতল পৰিব দেহা, জুৰণি ও পাবা; চৰ্পতৰ দৰে হব বুজিব। ধুৰূপ। জেঙৰা ধৰি বদি খুন্দি তাও কৰি জোৰেৰে বিচাৰ৷ ৰস উলিয়াবলই, ওলাবনে তাৰ বা ৰসৰ হুঁতিটো - মউ ৰহঘৰা যেন, কোৱা হেৰাঁ কোৰা। সুধিছে। দুনাই, কে.ৱ। ভাবুক ককাই, কিয় কয় ৰস নাই বুলি শতুকৰে ম‍ই ৰা মউ-সন। কবিভাত একো? হউচিৰী হোৱাইত, ইমান সাহস! দেখিম দেখিম বাৰু তহঁতৰ 'ডিল'। সঁচাকৈয়ে কইছনে? যাম ওচৰলৈ? দিমনে কি উহঁতক এসেকা এতিয়া? ভাবোতে ভাবোতে আৰু তপা মূৰ মোৰ ডেই-পুৰি ছাই হল, ‘ক্ৰিটিচাইজ’ (১) কৰি (1) Criticise-সমালোচনা কৰ| | DISTRICT LIBRARY (HEM BARUA COLLECTION)