পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY. }• পাতৰ্নিত কৈছে, সেইবোৰ বাদ নিদিয়াহেঁতেন আমি আৰু ভাল পা লোছেতেন।* —“বাহী”। (9) পুণ্যশ্লোক মহাপুৰুষ দুজনৰ বাক্য ৰত্নবোৰ পশ্চিম অঞ্চলত ষোজনাৰ দৰে লৰা বুঢ়া তিৰুতা সকলোৰে মুখে মুখে। বহদশিতাৰ ফল এই সাবাক্যবোৰ অসমীয়া ভাষালৈ হুমাই দোয়া নিতান্ত উচিত। গ্ৰন্থকাৰ এই চেষ্টাৰ ৰাবে শলাগৰ পাত্ৰ।

  • * আশা কৰিছে। যেন,

এই দোহাৱলীৰ কলেৱৰ বাঢ়ে। ভাল বস্তুৱে নামুৰায় “অসমীয়া”।

It is to be noted that the original Hindi Maxims of the saints are lyrical, and the author is to be highly congratulated in also rendering them into Assamese verse. Each Hindi text is subjoined by its equivalent rendering in Assamese verse. We wish this young spare time in writer will not Fail to utilise his useful literary pursuits.


The Times of Assam"

পোৱাৰ ঠাই – ইকনমিক ষ্টোৰ্চ এণ্ড এজেন্সি। বিহাবাৰী পোষ্ট—আসাম। DISTRICT LIBRARY (HEM BARUA COLLECTION) TC7DHID