পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

S আল’ল কলেজৰ হুযোগ্য প্ৰিঞ্চিপল, সাহিত্যিক মিঃ জে, বৰুৱা, বাৰ-এট ল মহোদয়ে লিখিছে :- "Pray, accept my thanks for the most interesting book দৌঁহাৱলী। It should be in every Assamese home and we should learn all its contents by heart. That is what we need--we need our Assamese language to be enriched by the good things of our sister languages. We should in return give them the best of our own also. (8) “জোনাকী” কাকতৰ ভূতপূৰ্ব্ব সম্পাদক, প্ৰবীণ সাহিত্যিক শ্ৰদ্ধাস্পদ ঐযুত সত্যনাথ বৰা, বি-এল ডাঙৰীয়াই অনুগ্ৰহ কৰি জানিবলৈ দিছে :- "" * দোহাবোৰৰ অসমীয়া ভাঙ্গনি ভাল হৈছে।" (e)

  • বৰুৱা ভাঙ্গৰীয়াই দৌহাৱলীত দোঁহাৰ পদ্যানুবাদ কৰি

সকলোৱে দোহাৰ অৰ্থ বুজিব পৰাকৈ প্ৰকাশ কৰাত ৰাইজৰ সম্ভোষৰ কথা হৈছে। পদ্যখিনি শুৱল! হৈছে, কিতাপখনিও ছাপাই সৈতে সুন্দৰ হৈছে, সকলোৱে একোখনি লৈ নিজেও সন্তোষ লভি প্ৰণে- ডাকো উৎসাহ দিয়ে যেন।"—“আসাম-বিলাসিনী।” 44 ● এই পুস্তিকাখনি গাই আমি ভাল পাইছোঁ। এই দুই জ্ঞানী ভক্ত পুৰুষ দুজনৰ এটাইবোৰ দোঁহা ভাঙনিৰে সৈতে মূল এই কিতাপত পোৱাহেঁতেন আৰু ঘাইকৈ যিৰ গতিকে বিশেষকৈ কিছুমান দোঁহা ইচ্ছা কৰিয়েই বাদ দিছে বুলি গ্ৰন্থকণ্ঠাই তেওঁৰ