পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। দোহাৱলী। মহাত্মা কবীৰ আৰু তুলসীদাসৰ বছ। বছ। বহুমূলীয়া হিন্দী আৰু সুগলিত অসমীয়া পদ্যানুবাদ। সকলোৱে একবাক্যে শলাগিছে। বেচ।• এসিকি মাথোন। লব্ধপ্ৰতিষ্ঠ সাহিত্যিক, সুকবি শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়াই লিখিছে :- "I am very much pleased with the book and think, you have done well in rendering the 'Dohas' of immortal Kabir and Toolsidas into our language, especially in a metrical form." (²) সুপ্ৰসিদ্ধ গ্ৰন্থকাৰ আৰু কটন কলেজৰ সুযোগ্য অধ্যাপক প্ৰযুক্ত সুৰ্য্যকুমাৰ ভূঞা, এম.এ, বি-এল, বিদ্যাবিনোদদেৱে অনুগ্ৰহ কৰি জনাইছে :- ● কবীৰ আৰু তুলসীদাসৰ দৌঁছাৱলী মই আগৰেপৰা ভাল পাইছিলোঁ। এতিয়া অসমীয়া সাজেৰে দেখি পৰম আনন্দ পালোঁ। উক্ত দুই কবিৰ মৰ্ম্মস্পৰ্শী দোঁহাৱলী সকলোৱে ভাল পাব লাগে, বিশেষতঃ আপোনাৰ সৰল ভাঙ্গনীত। আমাৰ অকলশৰীয়া; আগু- হতীয়া সাহিত্যলৈ আপুনি বিদেশী ফুলৰ সৌৰভ অনাত আপুনি অসমীয়া ৰাইজৰ কৃতজ্ঞতাভাজন হৈছে সেইটে! নকলেও হব।”