পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হে 1 আমাৰ আমি আমি কোনে তুমি চোৱঁ। আমি অসমীয়া খঁাটি সিয়ে চহা বন, তাত নাই প্ৰতিপত্তি। বিদেশীয়ে ধন নিছে হোৰাহোৰে, ভালই নো কোনে ভ্ৰূক্ষেপ কৰে? পেটে-ভাতে থাই চাকৰী বিচাৰি হালোৱাৰ কাম! তাতেই আনন্দ অতি; এলাহৰ দাস, থাকিব পাৰিলে ফুৰে। হই লটিঘটি। —আমি অসমীয়া খাঁটি। থিয়ালৰ নাতি-পুতি। মিছাতে এনেই কিয় বিভীষিকা হাবাথুৰি খাই অনৈক্য সেৱক, কষ্ট কৰি মৰে, সহি দুখ-দুৰগতি? বুদ্ধিত সাক্ষাৎ বৃহস্পতি আমি, আমি মাথোঁ চিনি পাওঁ ‘কৰ্ম্মভূমি'; —মিছ৷-মৰীচিকা— দেখ। হই হীনমতি মিছা দোষ মাথোঁ আৰোপা আমাত, আমি যে কৰে। উন্নতি। -আমি অসমীয়া খাঁটি। 29