পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ ডেকা বৰুৱাৰ বুলনা পাৰে, কিন্তু দকৈ গমি চালে তেওঁৰ গাত সমূলি দায় নাই। তেওঁ ভাৰিলে যে মাহীয়েক ঘৰত থাকিলে ঘৰৰ সুখ-শান্তি কৰবালৈ পলাৰ; গতিকে তেওঁক এটা সুবিধা লগাই মাকৰ ঘৰত থাকিবলৈ পঠিয়ালে। বুঢ়৷ কালত গলগ্ৰহটো চপাই মৌজাদাৰ ভাল কলৰ অপবকৈ মলি হয়!