পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘ৰাম ভাল, ৰাম ভাল, ৰাম নহয় যম কাল।" 'ছোট লোক’ যদিও এনে গৰ্হিত কাম কৰিব নোৱাৰোঁ। বুঢ়ী মাকজনী আৰু সৰু সৰু ভায়েক-ভনীয়েকক নিৰাশ্ৰয় কৰিবলৈ ভাল ‘সত’ গল হয়! দুটামান কলীয়া শাথৰ শিকি ইয়ালৈকেহে 'পঁ’ড়িত' হব লাগে হয়! হৰি হৰি! বোলে ‘ৰাম ভাল’ ৰাম ভাল, ৰাম নহয় যমকাল'।”