পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিৰোতা--সেৰুৱা। ভোৰোকা-ভুৰুকি কৰি কঠুৱা মাতেৰে বাসকান্তি হল আহি থিয়; গিৰীয়েক হুলাৰাম—তিৰোতা-সেৰুৱ! গল তাৰ চুলি আগে জীৱ। ‘গৃহিণী'ৰ কেটে!-জেঙেৰ! থাই থাকি তিত্ত। মাতো মিঠা লগা হল : হুলাবামে কামে-কাজে ‘গৃহিণী'ৰ মতে আজ্ঞা পালি সেও হই বল। কলে বাসকান্তি গই, “এতে পৰ দেখে। কানি-খোলা এৰাই নহল! কেতিয়া নো হাল বাই চহকী কৰিবা— সলোটি পথাৰলৈ গল। বাৰিষা ৰঙৰ এনে, জাত কেঁচা খৰি, ভাত মই ৰান্ধে৷ কেনেকই? ফুঁৱাই ফুঁৱাই মোৰ চকু কণা হল, সোঁ সোঁ কৰি নাকে পানী বয়। আনোচোন বিচাৰি-খোচাৰি যতে পাওঁ কান ওকান কৰি চাই. তাৰ হলে জ্ঞান নাই, খোৱ৷ বেলি হলে ডেও পাৰি মৰাহি এনেই!