পৃষ্ঠা:জ্ঞান সোপান.pdf/১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

0 ৪১৫৩/পাণু পাতনি। ২০.৪, নন aftapp.com 3442) অসমীয়া পঢ়াশালিবিলাকৰ ছাতৰবিলাকৰ গান লেখা গ'ল। যাতে অসমীয়া ন’ৰাই সৰুৰে পৰা বিজ্ঞান আৰু সাহিত্যৰ সোৱাদ কাৰণে এই পুথিখানি লেখা 18:01 বুজিবলৈ শিকে, এই কথাকে মনত ভাবি এই সুথিখানিক বঙালী “বোধোদয়” ইংৰাজী “ৰূডিমেণ্ট ব” নলেজ,” ইত্যাদি পুথিৰ প্ৰণালীৰে সজালোঁ৷ পুথিখানিৰ দামে৷ যিমান সস্ত৷ কৰিব পৰা যায় তাকো কৰা হৈছে। এতিয়া অসমৰ জনসাধাৰণে এই পুথিখানিক আদৰ কৰিলেই সকলো শ্র শৰ্থক বিবেচন৷ কৰিম। শ্ৰমৰে বৰপেটা, ১৮৯৬। আমাৰ শ্ৰদ্ধাস্পদ শ্রীযুক্ত লক্ষ্মীনাথ কাকতি একষ্ট্ৰ৷ এচিষ্টেণ্ট কমিচনৰ ডাঙ্গৰীয়াই অনুগ্রহ কৰি আমাৰ এই পুথিখানিৰ শুদ্ধাশুদ্ধ চাই দিছে । যে ইবাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ থাকিলোঁ। হাত– } শ্ৰীৰজনীকান্ত বৰদলৈ।