পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৫ ]


ওচৰত দুই হাত লি কুশল বিচাৰিম আৰু, ইয়াকে জনাম যে হে দয়াময়! অসম, আইৰ এনে বিলাইৰ সময়তো ‘আপুনি এনে সকল পোন-পটি পো দান কৰি অসমীয়াৰ চৌধ পুৰুষক উদ্ধাৰ কৰিবলৈ দিহা কৰিছে। ’ এতিয়া মেলানিহে মাগিলোঁ আৰু,⸺

শক ১৮১৮
১৬ আঘোন।

মফিজ্‌উদ্দিন আহমদ্‌ হাজৰিকা
ৰাইজৰ ভৰি-ধূলা
 

⸻⸻