পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
জেম্‌ছেদজী টাটা।


 (৪) উদাৰ, সৰল আৰু সমবৰ্শী মানুহৰ হঠাতে বিপদ নহয়, হলেও প্ৰতিবাৰৰ উপায় ওলায়।

 (৫) নিজৰ কাম কৰাৰ লগে লগে পাৰিলে সময় বুজি সকলোৱে দেশ-হিতকৰ কামো কৰিব লাগে। দৰিদ্ৰ নাৰায়ণৰ সেৱা পৰম ধৰ্ম্ম।

 (৬) মানুহ মিতাচাৰী আৰু মিতব্যয়ী হব লাগে; ধনৰ সজ-ব্যৱহাৰ কৰিবলৈ হেলা কৰিব নালাগে।

⸻০⸻