মন্ত শঙ্কৰে সমস্ত লোকৰ চিন্তিছে অশেষ হিত। সংসাৰ সাগৰ | তৰণ উপাই ভকতি কৰি বিদিত। কৃষ্ণ দাস কহে | অনন্ত কন্দলি আন চিন্তা পৰি হৰি। শুনা সৰ্বজনে | কায় বাক্য মনে ৰাম বোলা মুখ ভৰি। ইতি জীবস্ততি সমাপ্তঃ। ও ত sr "