পৃষ্ঠা:জীবস্তূতি.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃৰ গৰ্ভত দুখে পৰি আছে৷ নিৰন্তৰে, | বিষ্টা মুত্ৰ কে ও তুচ্ছ কৰি॥ জঠৰৰ অগনিয়ে | দহি আছে সৰ্বত্ৰই, | ইটো দুধ সহিব নোৱাৰি। প্ৰতি নিতে নিতে মই দিন মাত্ৰ গণি থাকো, | ‘দপ মাস হৈবে কত দিনে কৈসানিনে। কৃপাকৰি ইটো গৰ্ভছন্তে মোক, | বাজ কৰিবন্ত নাৰায়ণে। যিটো হেন জ্ঞান কৰি দিলা মোক কৃপা কৰি, ইটো মাত্ৰ তযু উপকাৰ। কৃতাঞ্জলি বোলে। বাপী মোৰ ঋণ সুজিবাক নেদেখেছো কৰিয়া বিচাৰ। আপোনাৰ কত "তুতি আপুনি হুয়োক তুষ্ট, | হে দীননাথ সৰ্বজ্ঞাত ৪ চৰণে শৰণ লৈলে। তোমত বিক্ৰয় গৈলে, ৰাখা থোৰ সংসাৰ তাপত। ইটো জীবগণ যত। পশু আদি শৰীৰত, সুখ দুখ মাত্ৰক জানয়। পূৰাপৰ আনকিছু গণিবাক নপৰিয়, শুনি প্ৰায় মনে নেদেখায়।