পৃষ্ঠা:জীবস্তূতি.djvu/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন যদি বোলা শুনা ইহাৰ উত্তৰ দেও', হে প্ৰাণ নাথ যদুৰাজ। যাহাৰ মায়ায়ে জীৱে স্বৰূপক পাসৰিয়া, পৰিলে সংসাৰ পন্থ মাঝ। ত্ৰিগুণ নিৰ্মিত কৰ্ম্ম | নিৰন্তৰে বহু আছে, | বিটো ঘোৰ সংসাৰ পথত। হেনয় পথত আমি। | দুখে চিৰকাল ভ্ৰমে, | চুক্তি বুদ্ধি ভৈল মোৰ হত। আমাৰ দুখিত জীৱ তযু অনুগ্ৰহ বিনে, হে প্ৰাণ ভূ নাৰায়ণ। নাপাও বিচাৰি মই। কোন যুগুতিত থাকি, পুনু হৈবো স্বৰূপ লন্ডন। যিব স্বৰূপ লভি | অনুবৰ্তী থাকে। ময়, তিনি তাপে সদায়ে দহয়। ইটো তাপ নিবৰ্তন অৰ্থে প্ৰভূ নাৰায়ণ, | ভজো অযু চৰণ হৃদয়। তুমি সে দিবাক পাৰ | স্থাবৰ জঙ্গম আছে, অন্তৰ্যামী ৰূপে শুদ্ধ হুই।। হে কৃষ্ণ দেব মোৰ কৰিয়ে উদ্ধাৰ বাপ, অল্প দৃষ্টি কৰা যায়।