পৃষ্ঠা:জীবস্তূতি.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একলে কৰিলে, একেশ্বৰে ভুঞ্জে কহিলো মই বুজাই। ঐহিকে নৰক ঐকিকে সৰগ, দেখিকে তুমি আই॥ যত যত কৈলে। | যমৰ নিকাৰ, ইঠাৱতে দেখা তাক। কতো কতো লোকে মহাসুখে থাকে, কতো ভুঞ্জে যাতনাক ও উদৰ ভৰিলে, কুটুম্বক পুষিলে, | পাপ কৰি দুষ্ট চিত। দুইকো ঐত এৰি পৰলোকে দুখ, ভুঞ্জয় যমপুৰীত একেশৰে যম, | পুৰক পায়, এৰি স্বকী কলেৱৰ। পাপ খানি মাত্ৰ, | লগৰ সম্বল, | নাহিকে আন অপৰ। কেবল মায়াত, মজিয়াছে মাত্ৰ, পুত্ৰ ভাৰ্য। আদি লই। মোৰ মোৰ বুলি, | অনৰ্থ কৰিয়া, নৰক পৰি ভুয়।