পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম ভুমি বন্দন।


কিনো দরে বুকু, পাতি হে মাতৃ ধরনি।
সাধিচা সবাৰো ভার জীৱ জন্তু যত॥
শান্তিময়ী ধৈৰ্য্যশীলা সবারো জননী
পালিছা সবাকো তুমি মাতৃ মরমত॥
হানিছে মাতৃ বুকুত কতৰা তোমার।
আজিম জীবিকার বুলি মানুহে সদায়॥
নদন বদন শষ্য জীৱর উপাই।
মল মুত এরে কত অবুজ সন্তানে॥
নিঘিনি হে মাতৃ তাক বুকু পাতি লোৱা।
আৰুযে লাঞ্ছনা কত করে মানুহে॥
তথাপি মনত তুমি অকনি নোলোৱা।
অনল সহনি বাৰু ক্ষমা কার গাত॥
ঘোৰ আন্ধার মাতৃ পথিবীত জলে।
অতর মানুহর বাৰু নাটনি জ্ঞানত।
মানুহে পাহরে এনে আৰ্হি কোন লাজত
      শ্ৰীজয়কান্ত বরুৱা।