সময়র ভীস্মকর দেশ আমার আজি এতেদিনর নৈ মিঠৈৰ লাড়ুটো হাজৰিকা দেৱর অনুসন্ধানে একো কোবেই হাত দিলেই ভাগি যোৱা এৱা লড়ুটোত পেলাব খোজাত হে অলপ দুখ পাইছো। যিকি নহওক আমি কিন্তু এক লেখিয়া অকরা লরা। বিন্ধ্যা পৰ্ব্বতৰ দক্ষিণ ডোখৰ হে ভীষ্মকর দেশ এই কথা কাহানিবাই ডেকা কালতে শুনিছিলো কিন্তু কথাটো এতিয়ালৈকে আমি মানি লব পরা নাই। ইয়ার কারন প্রত্নতত্ব বোলা বিষয়টো বেমেজলীয়া বিধর হের সিদিনা খনর কালিদাশ কর মানুহ কত উপজিছিল এই কথা লৈয়েই বিবাদ চলিছে। চেক্সপিয়ব বেলা এটা মানুহে সেই নাট বিলাক লেখা নাছিল। লর্ড বেকানেহে চেক্সপিয়রর নাট বিলাক লেছিল। প্রমাণ লর্ড বেকনব ভাষাই আরূ চেক্স পিয়রর মত বিলাকৰ ভাষাই প্রায় মিল। কোনেৱ কয় এইটো নহয় চেক্স পিয়র নামর মানুহ এটায়ে লেখিছিল। কোনোৱে কয় যে সেইটো নহয় সেই কালর নাট্য সমাজর কেতখিনি মানুহে ষ্টেজত অভিনয় করিবৰ নিমিত্তে মিলি জুলি বৈঠকী করি এই নাটবিলাক লেখিছিল। যি স্থলত ৩।৪ শ বছৰর আগর ঘটনা টোয়ে বেমেজলি তেনেস্থলত ৪।৫ হেজার বছরর আগর কথা এটা, সথিক হৈ উথিছে বুলি কেনেকৈ ধরি
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে