পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উন সপ্ততি অধ্যায়

ৰঘুদেৱ ৰাজাৰ নিগ্ৰহ-ব্ৰাহ্মণৰ গোচৰ-ভকতৰ বৰ লুঠ-ভকত বন্দী—বলী মাধৱদেৱৰজাৰ আগতকাৰাগাৰত পাশা খেল-বাগীশ ভট্টাচাৰ্যৰ সতৰ্ক বাণী—মুক্ত মাধৱদেৱবৰপেটালৈ আগমন সুন্দৰী দিয়ালৈ গমন -সুন্দৰী দিয়া ত্যাগ-ৰজাৰ নিমন্ত্ৰণত হাজো যাত্ৰ।

সপ্ততিতম অধ্যায়

মাধৱদেৱৰ বেহাৰ গ ৰামচৰণক বিদায়-মনপুৰক বিদায়—গাৰ পৰী কাপোৰ দান—ভৃগু গুৰুৰ সদাশয়তা-ভেলা দুৱাৰত

এক সপ্ততিতম অধ্যায়

বেহাৰত অৱস্থান—মাধৰদেৱৰ ৰূপ-ৰাজপুৰুষ আৰু বিষয়া সকলৰ শৰণ গ্ৰহণ

দ্বিসপ্ততিতম অধ্যায়

নাম মালিকাৰ পদ ৰচনা—ঘোষাৰ পটল বিভাগ- শ্ৰীৰাম আতাৰ কামৰূপ প্ৰমণ-কথা-সাগৰ গোপালদেৱ

ত্ৰিসপ্ততিতম অধ্যায়।

মাধৱদেৱৰ উত্তৰাধিকাৰী-মথুৰাদাসক উপদেশ শঙ্কৰ-মাধৱৰ প্ৰতিনিধি-মনপুৰৰ প্ৰতি চেনেহ- ৰাজমাতাৰ কাপোৰ দানত বৈষম্য-ভকতক গাৰ কাপোৰ দান -এক-প্ৰীতি হবলৈ উপদেশ-জীৱন্মুক্ত কেন? উত্তৰাধিকাৰী কোন–উপযুক্ত উত্তৰাধি- কাৰী নাই—যোত মই আছে।—ণিয্যৰ লক্ষণ।