পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৮ )
 গোপী। ৰোহিনী। যশোদা কৃষ্ণক কোলা লৈছা। নন্দ। বলভদ্ৰ। শ্ৰীদাম। সুদাম।  

সুদাম আদি গোপগোপীসকল থিয় দি আছে। তাত থকা ধেনুবিলাকেও যেন আনন্দত উৎফুল্ল হৈছে।

गोपगण खड़े हैं। वहाँकी गायें भी मानो आनन्दसे ओतप्रोत हो रही है।

 শ্ৰীদাম। ৰাম। কৃষ্ণ। বনবহ্নিত ত্ৰাস হুয়া গোপ-গৰুসমে কৃষ্ণত শৰণ পশিছা।  

 বনাগ্নি পানঃ— এনেভাৱে থকাৰ পিছত এদিনা হঠাৎ সেই বৃন্দাবনত দাবানল জ্বলি উঠিল। বন-বহ্নি দেখি নন্দ আদি গোপ

 वनाग्नि पान : इस तरहसे रहनेके बाद एकदिन अकस्मात् बृन्दावन में दावानल जले उठा। वनमें आग