পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৯ )
দেৱগণ।  

ধৰিলে ইপিনে গোপবালক সবে পকা তাল ৰং মনে কাৰাকাৰি কৰি খাবলৈ ধৰিলে

 

 বলভদ্ৰৰ দলিত অসুৰ মুখঠেকেচা খাই মাটিত পৰিল। বলদেৱে আগ হাত মুঠা মাৰি দাঙি বাওঁহাত মুঠি মাৰি আগবঢ়াই

इधर गोपबालकगण पके ताड़ोंको आनन्दसे छीनाझपटीकर खाने लगे ।

 

 बलभद्रके फेंकनेसे असुर मुँहमें चोट खाकर मिट्टीमें गिर पड़ा । बलदेव दोनों हाथोंको कसकर बाँधकर वीरवेशसे खड़ा है।