পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৬ )
 
গোপী কৃষ্ণক নচাইছা। গোপীৰ আগত কৃষ্ণ
পিৰা পানৈ ধৰিছা।
পসাৰী কৃষ্ণৰ হস্তত
ফল দিছা।
কৃষ্ণে বলভদ্ৰে গোপশিশু সমে
মালাৰি কৰিছা।
 

 বাল্য-লীলাঃ কৃষ্ণই গোকুলক আনন্দিত কৰি নানাৰূপ ক্ৰীড়া কৰি আছে। কোনো সময়ত কৃষ্ণই ধান দি কল লৈছে। কেতিয়াবা কৃষ্ণ আৰু বলভদ্ৰই গোপশিশুৰ সৈতে মাল-যুজ খেলিছে।

 बाल-लौला : कृष्ण गोकुलवासियों को आनन्द देते हुये नाना-प्रकारको क्रोड़ा कररहे हैं। कभी कृष्ण और बलभद्र गोपशिशुओंके साथ मल्लयुद्ध करते हैं।

 
 যশোদাই কৃষ্ণক ধৰি আনিছা। ৰোহিণী পুত্ৰক ভূঞ্জাইছা। যশোদা কৃষ্ণক ভোজন কৰাইছা।