পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৩ )
 
যশোদা কৃষ্ণক ধৰি আনিছা। যশোদা কৃষ্ণক বান্ধিছা। গোপী জৰী দিছা। যমলাৰ্জুন।  

 যশোদাই কৃষ্ণক পাছে পাছে খেদি ভাগবা দেখি কৃষ্ণই পলাব নোৱাৰা ভাও জুৰি আদৰতে কান্দিব ধৰিলে। মাকে লগ পাই কৃষ্ণৰ হাত দুখনত ধৰি ধমকি দি ককালত জৰী লগাই এটা উৰলত বান্ধি থলে। কৃষ্ণ বান্ধ খাই আঠু কাঢ়ি আছে। আগৰ ফালে এজনী গোপীয়ে জৰী আনি যশোদাক দিছে।

 अपने पीछे दौड़ती, यशोदाको देखकर कृष्ण मानो भाग नहीं सकता ऐसा दिखाकर प्यारस रोने लगा। माँन मिलतेही कृष्णको दोनों हाथ पकड़ डॉटकर कमर में रस्सी बांधकर एक उखालके साथ बांध दिया। बंधन में बंधा कृष्ण घुटनों के बल चलता रहा है। सामने एक गोपी रस्सी लाकर यशोदाको देती है।

 যমলাৰ্জুন ভঞ্জনঃ যশোদাই কৃষ্ণক উৰলত বান্ধি থৈ যোৱাৰ পাছত কৃষ্ণই উৰলটো টানি আঠু কাঢ়ি কাঢ়ি গৈ থাকোতে উৰলটো যমলাৰ্জুনৰ মাজত বজাত গছ দুজোপা উঘলি পৰিল।

 यमलार्जुन भञ्जन : यशोदा कृष्णको उखलके साथ बांधकर चलो गयो। उसके बाद घुटनों के बल कृष्ण उखलको खींचते खींचते जब यमलार्जनों के बीच ऊखुलके उलझ जाने से