পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০ )
যমুনা নন্দৰ গৃহক বসুদেৱে কৃষ্ণক লৈ যান্ত, অনন্ত ফণায়ে ছত্ৰ ধৰিছা, আকাশত কণিকা বৃষ্টি কৰিছা। বন্দীশালত দৈৱকী ৰখীয়া অচেতনে শুতিছা  

শ্রীকৃষ্ণৰ আদেশৰ লগে লগে বসুদেৱৰ পাৱৰ নিহল ছিগিছে। গোকুলত যশোদাৰ গৰ্ভৰপৰা যোগমায়া জন্মিছে। বসুদেৱে কৃষ্ণক কোলাত লৈ গোকুললৈ যাব ওলাইছে; অনন্তদেৱে ফণা মেলি ওপৰত ছত্ৰ ধৰি হাতযোৰে স্তুতি কৰিছে। সেই সময়ত ধাৰাসাৰে বৰষুণ হৈছে; যমুনা নদী ফেনে ফোটোকাৰে উপচি পৰিছে; পালি পহৰীয়াবোৰ অচেতন হৈ পৰিছে, দৈৱকী কংসৰ কাৰাগাৰত আগৰ দৰে আছে।

यह कहकर भगवान श्रीकृष्ण ने दोनोंके सामने शिशुका रूप धारण किया। भगवान् कृष्णके आदेश के साथ साथ वसुदेव के पैरोंको जंजीर टूट गयी। वसुदेव कृष्ण को गोद में लेकर गोकुल जा रहे हैं। शेष-भगवान अपने फण फैलाकर भगवान् पर छत्रसा कर दिया है। उस समय घोर बर्षा होरही है। यमुना नदो उमड़ रही है। पहरेदार बेसुध पड़े हैं, देवकी कंसक कैदखानेमें पहले जैसी ही है।

সেৱকিনী। যশোদাৰ লগে কৃষ্ণ শুতিছা। বসুদেৱ-দৈৱকীৰ সঙ্গে যোগমায়া শুতিছা। ৰখীয়া কংসত জান দিতে লৰ মাৰিছা।