পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ২৩৯ ) चित्र-भागवत ILMOGA বাদ্যসব বজাইছা। পুৰবাসী প্ৰজাসবে আনন্দ কৰি আগ বাঢ়িছ। বসুদেৱে পুত্ৰক আশ্বাস কৰিছা। কৃষ্ণসঙ্গী। কোনোৱে বাঁহী ফুকিয়াব ধৰিলে আৰু কোনোৱে বা শঙ্খ বামন লিহ আলী মন লণী। ৰৱৰ দ্বন্ধী সলিল বজাব ধৰিলে। পুৰ-স্ত্ৰীবিলাকে আনন্দত উদবাউলী হৈ কৃষ্ণ- কষ্ট। বলৰামক বৰি আনিবলৈ আগবাঢ়ি যাব ধৰিলে। বসুদেৱে কৃষ্ণক পাই সাৱট মাৰি ধৰিছে, কৃষ্ণয়ে পিতাকক সাৱটি ধৰিছে। বলদেৱ কৃষ্ণৰ পিছৰ ফালে থিয় দি আছে। কৃষ্ণ-বলৰাম গুৰুগৃহৰপৰা ঘূৰি যোৱা দেখি ৰোহিণীয়ে ৰূ মুলমন্ধী যুৱ স্থায় জ্বলন্ধৰ বদ্বিষী ৰামন্ধী বলৰামক আৰু দৈৱকীয়ে কৃষ্ণক অতি স্নেহৰে সাৱটি ধৰি বুকৰ স্বীয় উন্নী জঙ্গী অনি ৰ স্থানীষ ল ব। স্বীৰ