পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওঁ নমো ভগৱতে বাসুদেৱায়।
ओं नमो भगवते वासुदेवाय।
চিত্ৰ-ভাগৱত::चित्र-भागवत

ৰাজা পৰীক্ষিৎ

শুকদেৱৰ মুখৰপৰা ভাগৱত শুনিবলৈ পৰীক্ষিতৰ আগ্ৰহঃ-শ্ৰীমদ্ভাগৱতৰ আৰম্ভন। ব্ৰাহ্মণৰ শাপত ভয় খাই মহাৰাজ পৰীক্ষিতে ব্যাসৰ আদেশত ভাগৱত শুনিবলৈ শুকদেৱৰ আগত হাতযোৰ কৰি আঠুলৈ বহিছে। পৰম বৈষ্ণৱ শুকদেৱে ওপৰলৈ হাত দাঙি মহাৰাজক ভয় কৰিবলৈ বাধা দি ভাগৱত শুনাবলৈ আৰম্ভ কৰিছে।

শুকদেৱ

महर्षि शुकदेवके मुँइसे भागवत सुननेका महाराज परीक्षितका आग्रह: ब्राह्मणके अभिशापके डरसे सहाराज परीक्षित ब्यासके आदेशानुसार भागवत सुनने के लिए महर्षि शुकदेवके सामने हाथ जोड़कर घुटने टेककर बैटे हुये हैं। परम वैष्णव शुकदेव महाराज अभय देते हुये श्रीभागवत सुनाना प्रारंभ करते हैं।