পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत JL.Ne112A. ICT 9s দৈৱকী বসুদেৱে সন্তাপ কৰিছা। পুৰ-স্ত্ৰী। ৰাম। কৃষ্ণ। কংস। চানুৰ-মুষ্টিকৰ কৃষ্ণ-বলৰামৰ লগত যুদ্ধ দেখি বসুদেৱ- বানু-মুন্ধিী ঘা-নলাম বাঘ ভাই দৈৱকী আৰু পুৰ-স্ত্ৰীসকলৰ বিষাদ –বালক কৃষ্ণ আৰু বন্ধৰ নম্বৰ-ইনী স্বীৰ মিশ্ৰন্ধা নিসা : বলৰামক সেইদৰে বিশাল আকাৰৰ মল্লৰ লগত যুদ্ধ কৰা দেখি ভালব্ধ জঘ স্বীৰ লৰাহ্মী ভৰী নৰ ৰিত স্মান্ধাৰ্জ মল্লা দৈৱকী আৰু বসুদেৱ বিষন্ন হৈছে। পুৰ-স্ত্ৰীসকলে কৃষ্ণৰ আশ্চৰ্য আয় লম্ভন বন্ধৰ ৰন্ধী স্বীৰ অনুৰ লিনি দী বন্ধু। কম দেখি স্তম্ভিত হৈ আগহাত পাতি যেন নিৰ্দয় কংসৰ ওচৰত যি জঘজা অমন কাম বন্ধৰ স্বনি দ্বীৰ ৰানি দ্বায় কৃষ্ণৰ প্ৰাণ ভিক্ষাহে কৰিছে; নাইবা কৃষ্ণ আৰু বলবামক যুদ্ধৰ এষাৰ নালী নিয় ৰূষ আমি হাজী সান্ধী মিনা মা পৰা বিৰত হবলৈ প্ৰাৰ্থনা কৰিছে। কংসই হাতত ঢাল-তৰোৱাল ল্পী ই যা জন্য স্বীৰ লৰামন্ধী যুৱষ নিন্তন দ্বীন লিস্ সানা লৈ এখন আসনত অকলে বহি আছে। কৃষ্ণ-বলৰামে তেওঁৰ জৰ ৰঙী। ৰূন ভাগ্ৰম কাল-নৰনাৰ লন্ধৰ বন্ধ আনা অঙ্গ সম্মুখত যুদ্ধ কৰিবলৈ যেন প্ৰস্তুত হৈ আছে। बैठा है। कृष्ण-बलराम उसके सामने युद्ध करनेके लिए तैयार हैं। ধনুৰ্যজ্ঞস্থলত দৈৱকী-বসুদেৱ বহি আৰু পুৰ-স্ত্ৰীবিলাক থিয় মনুয়ালাম ইবন্ধী ননু স্বীৰ নিৰ্মান্ধ ন কৃত্তনী দি চাই থাকোতেই বলভদ্ৰে মুষ্টিকক মাটিত চিৎ কৰি পেলাই দি অলসন ছিন্ধী দিৱীৰ বিন জন্ধ দ্বষীৰ {ছি সাৰ)