পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিত্ৰ-ভাগৱত ( ১১২ ) fra-Hriaa L.No.64B ৰামকৃষ্ণে গোপগণসমে ভোজন কৰিছা। বালকবিলাকক ভগাই দিলে। সকলোৱে বং মনে খাবলৈ সমী আনমনৰ ৰাঃ। ঘৰ অন্নমালাম নাঙ্কা বহিল। ইফালে যজ্ঞশালাত থকা ব্ৰাহ্মণসকলে পত্নীসকলক নিহী’ী ঘাব্দ সাধ জানব বন্ধন জান অঘানাথ কৃষ্ণৰ ওচৰলৈ যাবলৈ বাধা কৰা বাবে অনুতপ্ত হৈ আঠুকাঢ়ি মূৰে ৰূৰ বৰ্চ। কপালে হাত দি দুখ কৰিবলৈ ধৰিলে।