পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভগৱত ( ১১১ ) चित्र-भागवत IN 4 দ্বাৰ বান্ধি স্বামী ৰাখল। বি প্ৰসবে হোম কৰিছা। বিপ্ৰপত্নীসব। বিপত্নীসবক কষ্ণে বিদায় দিছা। বিপত্নীৰ প্ৰাণত্যাগ। চৰণত প্ৰণাম কৰি বিদায় লৈ কৃষ্ণমূৰ্তি ধাৰণা কৰি ঘৰলৈ ঘূৰি লীৰ স্থান নিসা অনন্তু মন স্বী যন্ত্ৰন জানি কী। আহিলত বিপ্ৰসকলে ৰং মনে সস্ত্ৰীক যজ্ঞত আহুতি দিলে। বীনা স্মৃন্ধ qযক্তিনি?। নিসহনীয় মন্ধ আৰ ৰঙী হোতাই ⇒ক ত্ৰুৱলৈ থিয় হৈ পূৰ্ণাহুতি দিব ধৰিছে। বিপ্ৰ- ক। যুব্ধ মিস-ল্লীহ্মা মনি জীঘিন জ্বী ভা ভৱাৰ আল মনা পত্নীসকল হোমৰ ওচৰত হাত তুলি থিয় হৈ আছে। এজনী ৰূলৰ নিসলী জ ন্ধী বিনা ৰূৰ্ন ৰূৰ্ন সাক্ষ্য আমি বিপত্নীক পতিয়ে ৰুদ্ৰমূৰ্তি হৈ টাঙোন দাঙি যাবলৈ বাধা দিয়াত বনী ই। বিপ্ৰ-পত্নীজনীয়ে কৃষ্ণৰূপ চিন্তা কৰি বহিয়েই প্ৰাণত্যাগ কৰিছে। বিপ্ৰ-সকলৰ অনুতাপ-ভগবান কৃষ্ণই বিপ্ৰ-পত্নীসকলক বিন্ধা স্থলনা : মান্নান স্থা নিস-অনি’ন্ধী বিদায় দি তেওঁলোকে দিয়া পিঠা-পৰমান্ন আদি গোপ- ব্ৰিৱ কলাৰ ওলন্ধ বিষ ঢু মীলনী যীঘষালীম আঁৰ বিয়া।