পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০৬ )
গোপে অন্ন প্ৰাথিছা বিপ্ৰসবত। অগ্নি।  বিপ্ৰগণে যজ্ঞ কৰিছা।  

 সেই সময়ত বৃন্দাবনৰ ওচৰৰ এখন গাঁৱত মুনিবিলাকে এটা যজ্ঞ পাতিছে। হোমৰ কুণ্ডত পুৰোহিতে আহুতি দিবলৈ ধৰিছে; আন আন মুনিয়ে হাত তুলি মন্ত্ৰপাঠ কৰিছে। কৃষ্ণই যজ্ঞৰ খবৰ পাই কেইজনমান গোপ শিশুক অন্ন খুজিবলৈ যজ্ঞলৈ পঠালে। গোপবালকবিলাক যজ্ঞশালালৈ গল আৰু আঠু লৈ হাত আজলি কৰি ব্ৰাহ্মণসকলত অন্ন প্ৰাৰ্থনা কৰিছে। ব্ৰাহ্মণসকলে তেওঁলোকৰ ফালে দৃষ্টি নকৰাত গোপবালক বিলাকে বিষণ্ন মনে উলটি আহিব ধৰিছে।

 

 কৃষ্ণ-বলৰাম আৰু সুদাম বহি আছে। গোপবালকবিলাক বিফল মনোৰথ হৈ উলটি গৈ কৃষ্ণৰ ওচৰত হাতযোৰ কৰি ব্ৰাহ্মণসকলে ফিৰি নোচোৱাৰ কথা কলে গৈ। তাকে শুনি কৃষ্ণই

 उस समय ब्रन्दावनके पासके एक गाँवमें मुनिगण एक यज्ञ कर रहे हैं। होमके कुंडमें पुरोहित आहुति दे रहे हैं। और और मुनि हाथ उठाकर मंत्रका पाठ कर रहे हैं। यज्ञकी खबर पाकर कृष्ण गोपशिशुओंको अन्न मांगनेके लिए भेजते हैं गोपबालकगण यज्ञशालामें गये ब्राह्मणोंसे अन्नकी प्रार्थना की। पर, ब्राह्मणोंने उनकी ओर दृष्टि न डाली तो गोपबालकगण विषण मनसे लौटकर आ रहे हैं।

 
 कृष्ण, बलराम और सुदाम बैठे हुए हैं। गोपबालकगण व्यर्थ मनोरथ हो लौट कर कृष्णके पास ब्राह्मणोंकी मुँह मोड़कर न देखनेकी बात कही़। उसे सुनकर कृष्णने