পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০৫ )

ঘাঁহ খাবলৈ ধৰিলে; কোনো কোনো গাইয়ে দামুৰি পিয়াব ধৰিলে। এই সময়ত কৃষ্ণই গোপবিলাকৰ আগত আগ হাত দাঙি গছবোৰ দেখুৱাই সেইবোৰৰ গুণ বৰ্ণনা কৰিব ধৰিছে৷ বলদেৱে কৃষ্ণৰ পিছৰ ফালে বহি হাত দাঙি যেন কৃষ্ণৰ বৰ্ণনাকে অনুমোদন কৰিছে। সমুখত গোপশিশুসবে হাত পাতি কৃষ্ণত যেন কিবা থুজিছে।

जगह बैठ गया। गायें घाँम खाने लगीं। कोई कोई गाय वछड़ोकी दूध पीलाने लगी। इसी ममय कृष्ण गोपयोंके सामने पेड़ोंको दिखाकर उनके गुणोंका वर्णन कर रहे हैं। बलदेव कृष्ण के पीछे बैठकर हाथ उठाकर मानो कृष्णा के वर्णनका ही अनुमोदत कर रही हैं। सामने गोपशिशुगण हाथ पसारकर कुछ मांग रहे हैं।

গোপগণে কৃষ্ণত অন্ন প্ৰাথিছা। কৃষ্ণ।  ৰাম।  সুদাম।  

 বিপ্ৰপত্নী-প্ৰসাদঃ— এদিনাখন এনেদৰে গৰু চাৰি থাকোঁতে গ্ৰীষ্মকালব ব'দত ভোক-পিয়াহত আতুৰ হৈ গোপশিশুসবে হাতযোৰ কৰি অন্ন খুজিছে। তাকে দেখি কৃষ্ণ-বলৰামে আগ হাত দাঙি শিশুবিলাকক আশ্বাস দি কৈছে—ভাইসকল কাতৰ নহবা, এতিয়াই অন্ন অনাই দিয়াম।

 विप्रपत्नी प्रसाद : एकदिन इसी तरहसे गायें चराते समय धूपमें भूख प्याससे आतुर होकर गोपशिशुगण हाथ जोड़कर अन्न मांग रहे हैं। कृष्ण-बलराम शिशुओंको आश्वासन देकर कहते हैं— भाइयों! कातर न होओ, अभी अन्न लाकर खिलायेंगे।

 ১৪