পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৫ )

 গাইবোৰে ৰ’দত কষ্ট পালে গছৰ তলত শুই পৰে; সেই সময়ত কৃষ্ণ-বলৰাম আদিয়ে আনন্দ মনে নিজ নিজ কাঁহী বাটিত দধি-ভাত লৈ খাবলৈ ধৰে। বলৰাম আৰু কৃষ্ণৰ মাজত এখন বাচনত খাদ্য লৈ দুয়ো ভগাই খায়। তেওঁলোকৰ দুয়ো ফালে আন গোপবালকবিলাকে বহি দধি-ভাত খায়।

 दो पहरमें गायें पेड़ोंके नीचे विश्राम कर रही हैं। कृष्ण बलराम आदि आनन्द मनसे अपने अपने थाल कटोरीमें दही भात खा रहे हैं। बलराम और कृष्ण आपसमें बांट कर खा रहे हैं। उनके दोनों ओर गोपबालकगण दही भात खा रहे हैं।

গোপীসমে কৃষ্ণ আসিবাৰ জানি গৃ্হৰ বজাইছা। কৃষ্ণ-ৰাম গোপসমে ব্ৰজক যান্ত।  

 গোপবালকৰ সৈতে গোধন লৈ শ্ৰীকৃষ্ণৰ গোকুললৈ প্ৰত্যাবৰ্ত্তনঃ— সন্ধ্যা সময়ত গোস-গৰুবিলাকৰ সৈতে কৃষ্ণ গোকুললৈ ঘূৰি আহোঁতে গোপীবিলাকে আনন্দেৰে শাৰী পাতি আগবাঢ়ি গৈছে। সম আগত কৃষ্ণ, মাজত বলৰাম আৰু শেষৰ ফালে অন্যান্য গোপবালকবিলাকে কোনেও বাঁহী, কোনেও শিঙা বজাই গোধন আগত লৈ গোকুলত সোমাইছে।

 गोपबालकों के साथ गायें लेकर श्रीकृष्णका गोकुलमें प्रत्यावर्त्तन : शामको जब गोप गायों के साथ कृष्ण गोकुल लौटते है तब गोपिनीगण आनन्दके साथ पंक्तिमें आगे बढ़ कर आती हैं। सबसे आगे कृष्ण, बीचमें बलराम और पीछे पीछे दुसरे गोपबालकगण कोई बाँसुरी, कोई सींगा बजाते बजाते गोधनको आगे ले कर गोकुलमें घुस रहे हैं।