পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৪ )
 কিৰাট ভাৰ্য্যসব। সুদাম। বলভদ্ৰ। কৃষ্ণ।  

আনন্দত মগ্ন হৈছে। শ্ৰীদাম, বলভদ্ৰ আৰু কৃষ্ণ আদিয়ে বনৰ পকা ফল খাই ফুৰি ফুৰিছে।

बंशीकी ध्वनि सुनकर आनंन्दमें मग्न हो गये हैं। श्रीदाम, बलभद्र और कृष्णा आदि वनके फल खा कर घूम रहे हैं।

 বৃক্ষৰ ছাত গৰু শুতিছা।  ৰাম-কৃষ্ণ গোপসমে দধি-ভাত ভূঞ্জিছা।