পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
চিকাৰ কাহিনী


ইমান বেয়া যে ৩৷৪ বাৰমান মটৰ বগৰাৰপৰা কথমপিহে ৰক্ষা পৰিছিল। দুইমান বজাত ঘৰ পালোঁ। কাইলৈ পুনৰ ছিলঙলৈ যাম বুলি ভাবিছোঁ, যদিহে ইতিমধ্যে হাতী-মাখিৰ একো বিশেষ খবৰ নোলায়।