পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
চিকাৰ কাহিনী


ভাবি-চিন্তি শিল যুঁজাই জুই উলিয়াবৰ কথা মনত পৰিল; বিচাৰি বিচাৰি শিল উলিয়াই হৰযুঁজ কৰি শুকান বাঁহপাতত অকণমান টুকি-টাকি কেৰাচিন দি জুই ধৰিলোঁ। জোৰৰ পোহৰত ১০ মান বজাত বহা পালোঁ। বস্তু-বাব বান্ধি-ছাটি দাঁত সমন্বিতে ৰাতি দুইমান বজাত ঘৰ পালোগৈ।