পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
চিকাৰ কাহিনী


মায়৷ মৃগং দয়িতয়ে স্পিত মন্বধাৱৎ
বন্দে মহাপুৰুষ তে চৰণাৰবিন্দম্।

 এদিন ৰামচন্দ্ৰয়ো মায়া-মৃগৰ পিচত অনুধাবন কৰিছিল; সেই মায়াতে বন্দী হৈ আমিও হস্তীৰ অনুধাবন কৰাত দোষৰ ক্ষমা পাম বুলি আশা কৰিলো।