পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উছৰ্গা


চেনেহী আইৰ মোৰ
 অসম মাতৃৰ
চিৰ আৰাধিত চৰণত এই—
 ঈশ্বৰে দিয়া
 ফুল-মালা ধাৰি
 দুখীয়াৰ —
 পূজা-উপচাৰ।
 —খগ—