পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমৰ চিন্তা বাস্তৱসন্মত নহয়” বুলি নকৈ “বাস্তৱসন্মত হৈছেনে?” বুলি প্ৰশ্নহে কৰিছে। ইয়াৰ সদুত্তৰো আশা কৰিছোঁ অসমৰ জনসাধাৰণে নিজেই ঠিৰাং কৰি উলিয়াব।

 ‘আজিৰ অসম’লৈ পঠোৱা এই চিঠিখন প্ৰকাশ নোপোৱাত চিঠিখন তেওঁ পিছত কিছু সংযোজনসহ ‘সূত্ৰধাৰ’লৈ প্ৰেৰণ কৰিছিল।

৩২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা