(গীত) মিশ্র-খাম্বাজ—কাৱালী। চোৱাঁহি চোৱাঁহি আজি যুগল তৰা, ইটিয়ে সিটিক ধৰি আকাশ মুকলি কৰি মধুৰ ভাবেৰে আজি শােভিছে ধৰা । ফুলিছে কোমল ফুল, ধৰণী গৈছে ভােল,- কোমল কিণে আজি জগত ভৰা । ⸺⸺
যৱনিকা পতন
⸺⸺