আৰু ধুম্ৰলোচনৰ নিচিনা বীৰ হজুৰ। মহ, ডাঁহ, জোকে হুপি তেজ খায়েই আমাৰ চিপাহীক কুঁহিয়াৰৰ ডাবৰি যেন কৰিলে হজুৰ, আৰু আমাৰ চিপাহীয়ে যুজিব কি?
পট পৰিবৰ্তন।
⸻