পৃষ্ঠা:ঘোৰা নিদান.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

18


ডাঙ্গকাচি।

 কলা ডাঙ্গ কাচি বয়া।

 ৰঙ্গা ডাকাচি লক্ষণেৰে হলে যেনেকি নহক, কান পখৰা চক্ষু উপৰে কাপ বয়া।

শাৰীৰিক অবয়বৰ বিভিন্ন গঠন আৰু লক্ষণ।

 পঙ্কমুৱা ছুটিমুৱা এনে বয়া। সদৌ ঘোৰাৰে মুখ অধিকে ফুটা হলে মুখ টান, অল্প ফটা হলে নৰম হই, নিয়মে হলে ভাল। নাকৰ পাহিৰ ৰলা জোঙ্গা বয়া নিয়মে হলে ভাল, নাসা সৰু মন ভাল।

 কান দীৰ্ঘ সদৌৰে ভাল। সৰু কানে মন টান। দীঘল কানে মন পাতল। ডাঙ্গৰ হলে মন ঢিলা। সৰু হব ছুটি হব যদি সেয়ে জোঙ্গা হব, টটাটিঙ্গাৰেহে বৰ হই।

 দুয়ো চক্ষু যদি ডহা হয় সি উত্তম হই। শাপ চক্ষু বয়া, চকুৰ পিৰিকতি পাতল, কেতো চক্ষু ৰঙ্গা সোমোৱা চক্ষু যোপৰ চক্ষু এনে হলে বয়া। আচোৱাৰি ওপৰ চকুৱা হলে চক্ খাই তাত কথা থাকে।

 গাল লোলা এনে বয়া

 ডিঙ্গি চিঞা হলে নলব, চিঞা ওলোমা ডিঙ্গি হলে বয়, ওলোম পেট হলে মাঠ হই।

 হালমছিয়া কৰতি পিঠিয়া ঘোৰা হলে টাকিহয়, আলী পুখুৰিয়া হলে গাম কৰাবলৈ টান তেও লব।

 কটি ওলোমা এনে বয়া।