এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )
নাৰায়ণ হন্তে হয়, উপশাখা বহু কয়,
পঞ্চত্ৰিংশতি শতাধ্যায়।
শ্লোক সৱে পত্ৰ ভৈলা, অঠৰ হাজাৰ কৈলা,
যাক সেবি কৃষ্ণক মিলয় ॥৩৫
ভক্তি জল সাৰ পাই, ইতো বৃক্ষ বাঢ়ি যাই,
পঞ্চবিধ ফলক ধৰয়।
অপেক্ষিত ফল দেই, জীৱক তাৰিয়া নেই,
সেৱা কৰিবাৰ যোগ্য হয়॥৩৬
জন্মাদ্যস্য শ্লোকৰ কীৰ্ত্তন।
ঘোষা। | জয় কৃষ্ণ নমো জনাৰ্দ্দন ভকত বৎসল ৰাম। |
পদ। | ব্যাস মহা ঋষি, প্ৰৱন্ধ কৰিয়া, |