পৃষ্ঠা:গুৰুচৰিত.djvu/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষৰ জত পাইলা মহা আনলক। সেহিমত ভাৱে ঐতত দেখা শৰক ৩৮ পৰিপূৰ্ণ ভৈলা গোকুলৰ লোক যত। তেয় প্ৰকাৰ কৰি দেখিয়ে অহিত। দশদিগপাল যত বিমানত বসি। পুষ্পবৃষ্টি কৰি চলি গৈলন্ত হৰিষি॥৩৮১ বাঢ়ভূঞা আদি সবে গৈলা ঘৰি। পাচে কথা শঙ্কৰৰ শুনা কৰ্ণ ভৰি। সঞ্চৰ দলৈক মাতি কুসুমে আনিল। শস্ত্ৰবিধি চাই পাচে গণিতে লাগিল।৩৮২ ধূপ দীপ কদলী তাম্বুল উপহাৰে। আনিল বস্তু যত বিবিধ প্ৰকাৰে। দীপ ঘট ডুণী পাতি ধৰিল খৰি। কহিবাক লাগিল সৰা বিধি পঢ়ি ৩৮৩ ৰাশি যোগ জন্মবাৰ নক্ষত্ৰ গণিলা। গ্ৰহ কুঠি লেখি কুসুমৰ হাতেদি। তনিমোক ৰাশিফল তোমাৰ পুত্ৰৰ। সুকীৰ্তি হইব আন দ্বীপ দ্বীপৰ।৩৮৪ গুণে নাৰায়ণ সম গম্ভীৰে সাগৰ। প্ৰতাপে আদিত্য যেন এমে মহেশ। হুইবে তবু পুত্ৰ এতে মহা খ্যাভিমত। প্ৰচাৰিবে যশ অন কলো ৰাজ্যত॥৩৫