পৃষ্ঠা:গুৰুচৰিত.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিতীয় ও চাৰিও ৰাতি যেৰে গৈল সিদিনাৰ। তেবেসে আনিবা জন্ম ভৈৰ শৰৰ ৩৬৯ ৰামখায়ে দিয়া আছে যাৰা বাতি। তেতিক্ষণ সময়ে পৰিল হয়া কাটি। সুমাইলন্ত তেতিক্ষণ বাতি ঋতি কৰি। সমাৰ লোকে সুময় হৰি হৰি।৩৭ সমস্ত ভূঞাৰ লাগি গৈল মন কষ্ট। সংখ্যাত বাতিসব কিনে তৈল নষ্ট। সমাৰ লোক যত সবে নিৰানন্দ। হা হা আই দেৱী ভৈল কিনে দিন মল॥৩৭১ এহি বুলি সবে পাচে কৰি নানা প্ৰতি। আন অগ্নি জ্বলিয়া গাইল পাকে বাতি। কুমেও যেন পাচে কৰিলন্ত কাম। পুত্ৰমুখ দেখি জ্বলে কৰিলত স্নান॥৩৭২ তাত পাচে স্ত্ৰীসবে হয় পৰিপাটি। কুমৰ গৃহক লৰি ধৰি বাতি। লৱৰ লৱৰি কৰি হুয়া এক ঠাই। অনন্তৰে কুসুমৰ ঘৰ পাইলা যাই॥৩৭৩ নবাধিক এক আশী নাৰীৰ আসি। কোকাৰ দিশত বসি পৰম হৰিষি। এহতে গান কৰি ফুমে আসি। বেনু দান ব্ৰাহ্মণৰু কৈলা মহাখ ৪।