পৃষ্ঠা:গুৰুচৰিত.djvu/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ্গমধ্যে সুমঙ্গল ভৈলেক বহুত। ৰোহিণী নক্ষত্ৰ মিলিকে লিবেলা ৩৫ পুষ্প বৰষিলা দেৱে কৰি জয় জয়। গম্ভীৰ শৱদে মে সকলে গৰ্জয়। দেৱতাৰ সুমঙ্গল তৈলেক যতেক। সিসব কথাক আবে কোনে কহিবেক॥৩৫৯ পৃথিবীত সুমল মিলিল অপাৰ। তাক কহিবাক আছে শকতি কাহাৰ। সাগৰ নগৰ গ্ৰাম দেশ যত যত। অসংখ্যাত লোক যত আছে পৃথিবীত॥৩৬ নদী নদ সবে তথা ভৈলে নিল। জলজন্তু সৰে ৰঙ্গে কৰে কোলাহল। গিৰি গুহা পৰ্বতে ভৈলেক সচলিত। ৯তিবাক লেলা সবে জীয়া জন্তু যত॥৩৬১ দুখ শোক গুচি সুমঙ্গল বহে বাত। লোকৰ হৰি বিপৰীত সিবেলা। আশ্বিন প্ৰবেশি পাঞ্চদিন বহি গৈল। সেহি দিন শঙ্কৰ দেৱৰ জন্ম ভৈল॥৩৬২ কুলা দশমী আসি ছৈল একবাৰে। ধৰ্ম কহি পাপ নষ্ট কৈলা জগৰে। গুন নেমে সবে কৈ য়বোৰ। খি যাউক এপৰ সংসাৰৰ ৩৩