পৃষ্ঠা:গুৰুচৰিত.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একান্ত ভকত ধৰ্ম কৰিয়া বেকত। কলিৰ লোকক মই তাৰিৰ বহত। তো সবে অংশপে থাক মোৰ সনে। হেন শুনি জোকাৰ কৰিা দেৱ ৰে।৩৪৮ জয় বুলি দেৱক মাঙিলা দেৱহৰি। দেৱসবে মাতিল জয় জয় কৰি।। কৰিলা কৃষক দেৱে নানা তুতি নতি। বিদায় কৰিয়া সবে স্বৰ্গে কৈলা গতি॥৩৪৯ দেৱতাসকল আবে গৈলা এহিমতে। সত্যসন্ধ্যা আই ভি আছ তথাতে। পুনৰপি গৰ্ভত পশিল দামোদৰ। অদৃশ্য ৰূপে নেদেখিলা এক নৰ ৩৫০ সত্যসন্ধ্যা সতী যেন দেখিল সপোন। হেন একাৰে কৈলা সিসব বচন। সপোনৰ মতে কথা কহিল সতী। দেৱতাসকলে যেন কৰিল তুভি ৪৩৫১ নিয়া কুসুমে পাচে দিল। কেন কথা কহ তই গত এমি। কেন সপোন তই কিমকে দেখিবি। যদি ভাগ্য আছে পুত্ৰ অয়নে ভিবি [৩৫২ হেন না কহিয়া বুম ৰৈ পৰা। কৰি সতী কেন সপোনৰ।