পৃষ্ঠা:গুৰুচৰিত.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ চৰিত এহিমতে বহি যেবে গৈল অষ্ট মাহ। দেখি কুসুমৰ মহা মনত উৎসাহ।৩৪২ যেহেন ক গৰ্তে ধৰিয়া দৈৱকী। তাত পাচে শুনা আৰো কথাক উৎসুকি। দশদিগপাল যত দেৱতা আছি। ছদ্মৰূলে কুসুমৰ ঘৰে আসিলন্ত॥৩৪ ৩ আকাশত দেৱগণ ৰৈল আসি ব্যাপী। আইলা পৃথিবী সনাতন ব্ৰহ্মৰূপী। আভিলা তুতি পাচে ব্ৰহ্ম ত্ৰিপুৰাৰি। ইত্ৰ চন্দ্ৰ কুবেৰ বৰুল হয়া শাৰী॥৩৪৪ দশ দিগপাল যত দেৱতা সমস্ত। শবে কৰে তুতি হুয়া অৱনত। 'কৰিল নানা তুতি কৃতাঞ্জলি ধৰি। বৰযিলা পুষ্পচয় মাখো ভৰি পুৰি॥৩৪৫ সত্যসন্ধ্যা গৰ্ভ হন্তে যেবে ভৈলা বাজ। দেবিলা কৃষ্ণ যত দেৱতা সমাজ। হে বন্ধ হে হ হে চন্দ্ৰ পুৰন্দ। সাকে শুনায়া হে জিলত উত্তৰ ৩৪৬ পূৰ্ণে বৈকুত কৈলে যিসব বচন। সেহি বাক্য সাফলবে আইলো দেৱগণ। হে ৰ শুনা তুমি মোৰ প্ৰিয়। অৱতাৰ হৈ মই এৰি গুৰু নাৰ।৩৪৭